23.7 C
New York
Monday, August 10, 2026

Buy now

spot_img

তিনিচুকীয়াৰ চিকিৎসকৰ নাম স্থায়ীভাৱে বাতিল কৰিলে ACMR

​তিনিচুকীয়াৰ লাইফ কেয়াৰ আৰু মেট্ৰ’ প্লাজাত চিকিৎসা সেৱা আগবঢ়াই থকা ডাঃ পংকজ গোৱেলৰ নাম অসম চিকিৎসা পঞ্জীয়ন পৰিষদ বা অসম কাউন্সিল অৱ মেডিকেল ৰেজিষ্ট্ৰেচন (ACMR)-এ স্থায়ীভাৱে চিকিৎসকৰ পঞ্জীয়ন তালিকাৰ পৰা বাতিল কৰিছে।

​ACMR-ৰ অনুসন্ধান অনুসৰি, অভিযুক্ত চিকিৎসকজনে ইউক্ৰেইনত চিকিৎসা শিক্ষা লাভ কৰিবলৈ ভুৱা নথি ব্যৱহাৰ কৰাৰ লগতে অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদ (AHSEC) আৰু বি. বৰুৱা মহাবিদ্যালয়ৰ প্ৰমাণপত্ৰ জালিয়াতি কৰাৰ অভিযোগত দোষী সাব্যস্ত হৈছে। বিভিন্ন আদালতৰ নথিপত্ৰ, শিক্ষা প্ৰতিষ্ঠানৰ তথ্য আৰু ACMR-ৰ খোদ ‘এণ্টি-কোৱেক্ৰী এণ্ড ভিজিলেন্স অফিচাৰ’ (Anti-Quackery & Vigilance Officer)-ৰ প্ৰতিবেদন পৰ্যালোচনা কৰাৰ পিছতেই এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

আনুষংগিক খবৰ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

তাজা খোবৰ