ডুমডুমা ৰাজহুৱা খেলপথাৰত গঠন হ’ল সমিতি.
সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ উদ্যোগত, ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থা আৰু ডুমডুমাবাসীৰ সহায়-সহযোগত অহা অক্টোবৰ মাহত অনুষ্ঠিত হ’ব সদৌ অসম ভিত্তিত এক বৃহৎ ভাওনা প্ৰতিযোগিতা।
উক্ত প্ৰতিযোগিতাখন সফলভাৱে আয়োজনৰ উদ্দেশ্যে আজি ডুমডুমা ৰাজহুৱা খেলপথাৰত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয়। সভাত অংশগ্ৰহণকাৰী ৰাইজে এক সৰ্বসন্মত সিদ্ধান্তৰ জৰিয়তে সমিতি গঠন কৰে। গঠিত সমিতিখনত—
সভাপতি: শ্ৰদ্ধাৰ মৃগেন শইকীয়া
কাৰ্যকৰী সভাপতি: বীৰেন্দ্ৰ হাজৰিকা আৰু জিতু ডেকা
যুটীয়া সম্পাদক: উত্তম বৰুৱা আৰু পাপু মৰাণ
কোষাধ্যক্ষ: হেমন্ত মহন্ত
📣 Stay Connected with Axomiya Drishti:
🔗 Website: axomiyadrishtilive.in.net/
📷 Instagram: @axomiya_drishtinews
🐦 Twitter/X: @DrishtiAxo98847
📘 Facebook: @Axomiya Drishti
📺 YouTube: @axomiyadrishtinews
📌 Like, Share & Follow — যাতে এনে সঁচা কাহিনীবোৰ সৰ্বসাধাৰণলৈ আগবঢ়াব পাৰি

