25.5 C
New York
Monday, August 10, 2026

Buy now

spot_img

শীতলা পথ, ৰাজা আলি ৰোড (শিৱ মন্দিৰ ওচৰ) অঞ্চলত ৰাস্তাৰ অৱস্থা অতি বেয়া।

শীতলা পথ, ৰাজা আলি ৰোড (শিৱ মন্দিৰ ওচৰ) অঞ্চলত ৰাস্তাৰ অৱস্থা অতি বেয়া। কেঁচা মাটি, পানী আৰু কোনো ড্ৰেনেজ ব্যৱস্থাই নথকা বাবে স্থানীয় ৰাইজে খোজ কাঢ়িবও নোৱাৰে।

ৰাইজে নিয়মীয়াকৈ প্ৰোপাৰ্টি টেক্স দি আহিছে, কিন্তু Tinsukia Municipality গম্ভীৰভাৱে সমস্যাটো ল’ব নোৱাৰে। জনতাই কৈছে — Tinsukia Municipality আৰু MLA দায়ী। ৰাইজে চলাচল কৰিব পৰা ব্যৱস্থা কৰক.

📣 Stay Connected with Axomiya Drishti.

আনুষংগিক খবৰ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

তাজা খোবৰ